কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী ভি ডি সথীছন।
AICCএ ঘোষণা কৰিলে নতুন মুখ্যমন্ত্ৰীৰ নাম।
কেৰেলামত CM পদৰ বাবে মূল প্ৰতিদ্বন্দ্বী আছিল ৩জন।
ভি ডি সথীছন, কে চি ভেনুগোপাল আৰু ৰমেশ চেন্নিথালা।
বুধবাৰে নিশা নতুন দিল্লীত হাই কমাণ্ডৰ বৈঠকত সিদ্ধান্ত।
১০ দিনীয়া জল্পনা-কল্পনাৰ অন্তত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTM-ত ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উদ্দীপনাৰে উদযাপন

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ শনিবাৰে বিশ্ববিদ্যালয়...

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূকম্পন; ছুনামিৰ সতর্কবার্তা জাৰি

ইণ্ডোনেছিয়াৰ পূব উপকূলীয় অঞ্চলত শনিবাৰে এক তীব্র ভূকম্পন অনুভূত...