২২ মে’ত হ’ব শ্যামকানু মহন্তৰ জামিনৰ পৰৱৰ্তী শুনানি

জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ প্ৰসংগ।
আৰক্ষীক তদন্তৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ আদালতৰ।
২২ মে’ত হ’ব শ্যামকানু মহন্তৰ জামিনৰ পৰৱৰ্তী শুনানি।
ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত সম্পন্ন আজিৰ শুনানি।
পূৰ্বে ১৩ মে’ত শুনানি গ্ৰহণ কৰাৰ কথা আছিল।
কিন্তু ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই গ্ৰহণ নকৰিলে শ্যামকানুৰ আবেদন।
তাৰ পিছতে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতলৈ হস্তান্তৰ হয় আবেদনখন।
সত্ৰ ন্যায়াধীশৰ আদালতে পূৰ্বে খাৰিজ কৰিছিল শ্যামকানুৰ জামিন আবেদন।
সেয়ে জামিন বিচাৰি গুৱাহাটী হাইক’ৰ্টৰ দ্বাৰস্থ হৈছিল শ্যামকানু মহন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...