সীমা সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা: অতুল বৰা

বিভাগীয় দায়িত্ব লাভৰ পাছতেই প্ৰথম কাৰ্যসূচী মন্ত্ৰী অতুল বৰাৰ।
অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰৰ তৎপৰতা বৃদ্ধি।
বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শনৰ কৰি গুৰুত্বপূর্ণ মন্তব্য মন্ত্ৰী বৰাৰ।
বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শসমূহ ধাপে ধাপে ৰূপায়ন কৰা হ’‍ব।
অসম চুক্তি ৰূপায়ন বিভাগৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যোৱাৰ সংকল্প।
মুখ্যমন্ত্ৰীৰ নেতৃত্বত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা।
ভাৰত চৰকাৰেও বিভিন্ন বিষয়ত অনুমোদন জনাইছে।
সীমা সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা: অতুল বৰা।
‘সীমা সমস্যা সমাধানৰ বাবে চুবুৰীয়া ৰাজ্যৰে আলোচনা অব্যাহত’।
অৰুণাচল-মেঘালয়ৰ সৈতে আলোচনাত যথেষ্ট অগ্ৰগতি হোৱাৰ দাবী।
গ্ৰামাঞ্চলৰ উন্নয়ন আৰু নতুন কাম-কাজত চৰকাৰৰ বিশেষ গুৰুত্ব আৰোপ।
চৰকাৰৰ সিদ্ধান্ত মতে সৰ্বাংগীন বিকাশৰ কাম আগবাঢ়িব: অতুল বৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...