অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে : বিধায়ক ভূপেন বৰা

কেবিনেটত UCC বিধেয়কক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
প্ৰথমখন অধিৱেশনতে উত্থাপন কৰা হ’ব UCC বিধেয়ক।
UCC বিধেয়কক লৈ মন্তব্য বিহপুৰীয়াৰ বিজেপিৰ বিধায়ক ভূপেন বৰাৰ।
UCC মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত।
APCCৰ সভাপতি গৌৰৱ গগৈয়ে UCC বিধেয়কক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ভূপেন বৰাৰ।
অসমীয়া খিলঞ্জীয়া ভূমি পুত্ৰৰ কথা চিন্তা কৰিব পৰা নাই গৌৰৱ গগৈয়ে
অসমৰ জনগাঁথনি পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ দায়িত্ব।
এনে সিদ্ধান্তৰ বিপৰীত গৌৰৱ গগৈ
থলগিৰি ভূমিপুত্ৰক লৈ কংগ্ৰেছৰ স্থিতি কি ?
প্ৰথমে সেয়া স্পষ্ট কৰিব লাগে গৌৰৱ গগৈয়ে
গৌৰৱ গগৈ এতিয়া স্ক্ৰীপ্ট পঢ়া সভাপতি
স্ক্ৰীপ্ট ৰাইটাৰে যিদৰে লিখে সেইদৰে পঢ়ে গৌৰৱ গগৈয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ ৰাজপথত পুটিনৰ ‘Aurus Senat’; কিয় বিশেষ পুটিনৰ এই বাহনখন?

নতুন দিল্লীত অনুষ্ঠিত BRICS সন্মিলনৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ...

ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিশেষ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।...

ACA ক্ৰিকেট একাডেমীত দেশৰ অন্যতম বৃহৎ ইনড’ৰ ক্ৰিকেট সুবিধা মুকলি

উত্তৰ গুৱাহাটীৰ ফুলুঙত থকা এচিএ ক্ৰিকেট একাডেমীত দেশৰ অন্যতম...

মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ...