- APSC কেলেংকাৰিৰ ফাইল পুনৰ খুলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
- তদন্তৰ আওতালৈ আহিব বক্ৰপথেৰে চাকৰি লোৱা বহু DSP
- বৃহস্পতিবাৰে চমন জাৰি কৰিব সেইসকল DSPক
- পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৫৯জন ভুৱা DSP
- কিছুসংখ্যক বিষয়াই তদন্তত সহযোগিতা কৰা নাছিল
- সেইসকললৈ চমন জাৰি কৰি হাজিৰ হোৱাৰ নিৰ্দেশ