মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ বিৰতিৰ আনুষ্ঠানিক ঘোষণা ট্ৰাম্পৰ। X হেণ্ডলযোগে যুদ্ধ বিৰতিৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। যুদ্ধ বিৰতিৰ বাবে ইৰাণ–ইজৰাইলক ধন্যবাদ ড’নাল্ড ট্ৰাম্পৰ। যুদ্ধ বিৰতিৰ পূৰ্বে আমেৰিকাৰ বায়ুসেনাৰ ঘাটিত প্ৰচণ্ড আক্ৰমণ ইৰাণৰ। কাটাৰ–ইৰাকত আমেৰিকান সেনাৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ইৰাণৰ। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত এই আক্ৰমণ। ইৰাণৰ আক্ৰমণৰ পিছতেই দুয়োখন দেশৰ যুদ্ধ বিৰতিৰ ঘোষণা আমেৰিকাৰ। ট্ৰাম্পৰ ঘোষণাৰ পিছতেই X হেণ্ডলত প্ৰতিক্ৰিয়া আয়াতোল্লা খামেইনিৰ। খামেইনিৰ দাবী– ইৰাণৰ জনসাধাৰণে কেতিয়াও আত্মসমৰ্পণ নকৰে। ইৰাণ-ইজৰাইলৰ যুদ্ধক লৈ বিশ্বজুৰি সৃষ্টি হৈছিল শংকাৰ। যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ আশংকাত শংকিত হৈ পৰিছিল বিশ্ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...