পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৭। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নগাঁও।