পেহেলগামৰ ঘটনাৰ পাছতে ডাঙৰ সিদ্ধান্ত গৃহমন্ত্ৰী অমিত শ্বাহৰ

পেহেলগামৰ ঘটনাৰ পাছতে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ গৃহমন্ত্ৰীৰ। বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ নিৰ্দেশ গৃহমন্ত্ৰী অমিত শ্বাহৰ। বিভিন্ন ৰাজ্যত থকা পাকিস্তানী নাগৰিকক তাৎক্ষণিকভাৱে চিনাক্ত কৰাৰ নিৰ্দেশ। পাকিস্তানী নাগৰিকক চিনাক্ত কৰি ওভতাই পঠোৱাৰ বাবেও দিলে নিৰ্দেশ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা...