পেহেলগাম কাণ্ডৰ পিছতে এজন শিক্ষকে ত্যাগ কৰিলে ইছলাম ধৰ্ম

পেহেলগামৰ বৰ্বৰ, জঘন্য কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠিছে। ইয়াৰ মাজতে এজন মুছলমান শিক্ষকে ত্যাগ কৰিলে ইছলাম ধৰ্ম। পেহেলগামৰ বৰ্বৰ কাণ্ডৰ পিছতে লজ্জিত হৈ এজন শিক্ষকে ত্যাগ কৰিলে ইছলাম ধৰ্ম। ইছলাম ধৰ্ম ত্যাগ কৰি নিহত লোকসকলক জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি। ছাবিৰ হুছেইন নামৰ শিক্ষকজনে ত্যাগ কৰিলে ইছলাম ধৰ্ম। ছাবিৰ হুছেইন পশ্চিমবংগৰ বদৰিয়া চহৰৰ শিক্ষক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...

প্রথমে জুবিন গাৰ্গৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক,তাৰ পিছতহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি মন্তব্য কৰক

জুবিন গাৰ্গৰ সংগীত আৰু চলচ্চিত্ৰ জীৱনক লৈ বিজেপি বিধায়ক...

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

টিংখাঙৰ লাক্ৰি বাম চাহ বাগিচাত অৱশেষত বন বিভাগে পতা...