পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত ৭ জনক গ্ৰেপ্তাৰ

পেহেলগাম কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত কেইবাজনকো গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা লোকৰ তালিকা প্ৰকাশ মুখ্যমন্ত্ৰীৰ। এই পৰ্যন্ত ৭ জনক গ্ৰেপ্তাৰ। নগাঁৱত গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলামক। হাইলাকান্দিত গ্ৰেপ্তাৰ সাংবাদিক জাবিৰ হুছেইনক। শিলচৰত গ্ৰেপ্তাৰ এ কে বাহাউদ্দিন, জাভেদ মজুমদাৰক। এ কে বাহাউদ্দিন অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ। মৰিগাঁৱত গ্ৰেপ্তাৰ মজাহাৰ মিঞা, মুজহিৰুল ইছলামক। শিৱসাগৰত গ্ৰেপ্তাৰ বাইহাটাৰ ছাহিল আলিক। ছ’চিয়েল মিডিয়াত পোষ্ট দি আৰক্ষীৰ জালত এইসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...