পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ অহাৰ আহ্বান মহাকাশচাৰী সুনীতাক। ‘ভাৰতকন্যা’ সম্বোধনেৰে সুনীতা উইলিয়ামছলৈ পত্ৰ লিখিলে প্ৰধানমন্ত্ৰীয়ে। ভাৰতীয় বংশোদ্ভূত সুনীতা উইলিয়ামছক সফলতাৰ বাবে অভিনন্দন মোদীৰ> প্ৰধানমন্ত্ৰী মোদীৰ এই চিঠি সামাজিক মাধ্যমত পোষ্ট কৰিলে মন্ত্ৰী জীতেন্দ্ৰ সিঙে। আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সুনীতাৰ সম্পৰ্কত কথা পতাৰ কথাও উল্লেখ চিঠিখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...