পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে সুনীতা উইলিয়ামছ?

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে সুনীতা উইলিয়ামছ? খোজকঢ়াৰ সময়ত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হ’ব পাৰে দুয়ো মহাকাশচাৰীৰ। প্রচণ্ড মূৰৰ বিষ, মূৰ ঘূৰণি আদিৰ সন্মুখীন হ’ব পাৰে দুয়ো। হাড়ৰ লগতে পেশীৰ সমস্যাতো ভোগাৰ আশংকা আছে দুয়োৰে। হাড় হৈ পৰিব পাৰে সহজে ভংগুৰ । হাড়, পেশী দুৰ্বল হোৱাৰ ফলত খোজকঢ়াৰ ক্ষেত্রত আহিব জটিলতা। দুয়োৰে দৃষ্টিশক্তিৰো যথেষ্ট হ্ৰাস পোৱাৰ আশংকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...