মঙলবাৰে মহানগৰীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ হ’ব ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া

মঙলবাৰে মহানগৰীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ হ’ব ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া। ক্ৰাইম ব্ৰান্সে কৰা তদন্তত ৰণবীৰক সহযোগিতা কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। ইণ্ডিয়া্ছ গট লেটেণ্ট অনুষ্ঠানত কৰিছিল কেতবোৰ অশালীন মন্তব্য। যাৰ বাবে অসম, মহাৰাষ্ট্ৰত গোচৰ ৰুজু হৈছিল ৫ ইউটিউবাৰৰ বিৰুদ্ধে। লগতে আজিৰ শুনানিত ৰনবীৰক পুনৰ পডকাষ্ট কৰাৰ অনুমতি ন্যায়ালয়ৰ। কিন্তু অনুষ্ঠানত থাকিব লাগিব শালীনতা। আজি উচ্চতম ন্যালয়ালয়ত হোৱা শুনানিত এই নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...