মহাবিদ্যালয় চৌহদতে ছাত্ৰীয়ে শেষ কৰিলে জীৱন, গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। কলেজতে নিজকে শেষ কৰি দিলে এগৰাকী ছাত্ৰীয়ে। গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। পুৱা কলেজলৈ গৈ আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে। স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীক পৰৱৰ্তী সময়ত মূমূৰ্ষু অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে। ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। পৰিয়ালৰ মতে, এয়া আত্মহত্যা নহয়, এক পৰিকল্পিত হত্যা। ঘটনাৰ উপযুক্ত তদন্তৰ দাবী পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে...

মেলবৰ্ণ মাৰাথনত এলিউড কিপচ’গেৰ চমক, ভংগ কৰিলে দৌৰৰ পূৰ্বৰ অভিলেখ

দুবাৰৰ অলিম্পিক চেম্পিয়ন কেনিয়াৰ তাৰকা দৌৰবিদ এলিউড কিপচ’গেৰ দুৰ্দান্ত...

CJPৰ শীৰ্ষ তিনিগৰাকী নেতাক মুকলি; আদালতৰ নিৰ্দেশত মুকলি অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা আটক হোৱা...

ৰিয়াধৰ বিমানবন্দৰত ভয়াৱহ আক্ৰমণ;১২জন নিহত, ৩০৯জন আহত

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা...