মহানগৰীৰ হোটেলত জঘন্য ঘটনা। ফুৰাবলৈ নি যুৱতীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে ২ যুৱকে। ৰাজগড়ৰ ৰশ্মি হোটেলৰ কোঠাত সংঘটিত হৈছে এই ঘটনা। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ ২ যুৱকক। ধৃত ২ ধৰ্ষণকাৰী চন্দন মহন্ত আৰু ৰোহন আলী। ABCৰ গ্রিল জাংচন হোটেলৰ এজন স্বত্বাধিকাৰী আন এজন কৰ্মচাৰী। ২৫ ফেব্ৰুৱাৰীৰ নিশা ফুৰাবলৈ নিছিল যুৱতীগৰাকীক। এখন ৰেষ্টুৰেণ্টত ২ যুৱকক লগ পাইছিল কাৰ্বি আংলঙৰ যুৱতীগৰাকীয়ে।