বজালীৰ পাটাছাৰকুছিৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

বজালীৰ পাটাছাৰকুছিৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ডিভাইডাৰত খুন্দা দ্ৰুতবেগী টাটা ছুম’ৰ। ছিকিমৰ পৰা গুৱাহাটী অভিমুখি SK01J2345 নম্বৰৰ টাটা ছুম’ দুৰ্ঘটনাগ্ৰস্ত। ছিকিম CBSE ব’ৰ্ডৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বহী কঢ়িয়াই আনিছিল গাড়ীখনে। দুৰ্ঘটনাত থিতাতে নিহত ছিকিম CBSE পৰীক্ষা ব’ৰ্ডৰ শীৰ্ষ বিষয়া পদ্ম বাহাদুৰ গিৰি। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালক ৰুদ্ৰ চুব্বা। বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়ত চিকিৎসাধীন ৰুদ্ৰ চুব্বা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...