পিতৃৰ হৈ পৰীক্ষাত বহি গ্ৰেপ্তাৰ হ’ল পুত্ৰ

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো দিন। পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰীক্ষাকেন্দ্ৰত সৃষ্টি হৈছে অনাকাংক্ষিত পৰিস্থিতিৰ। ইয়াৰ মাজতে লখিমপুৰত সংঘটিত হৈছে এক আজৱ ঘটনা। পিতৃৰ হৈ পৰীক্ষাত বহি গ্ৰেপ্তাৰ হ’ল পুত্ৰ। লখিমপুৰৰ ন-আলি অবনৰী হাইস্কুলত এই ঘটনা। পিতৃৰ স্থানত পৰীক্ষা দিবলৈ গৈছিল ৰিতুল দলে নামৰ যুৱকজনে। পিতৃ মুকেশ্বৰ দলে এখন বিদ্যালয়ৰ চকীদাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...