সামাজিক মাধ্যমত গৌৰৱ গগৈৰ আবেগিক পোষ্ট

প্ৰসংগঃ গৌৰৱ গগৈৰ পত্নীৰ নাগৰিত্বক লৈ বিতৰ্ক। সামাজিক মাধ্যমত গৌৰৱ গগৈৰ আবেগিক পোষ্ট। এলিজাবেথকলৈ লিখিলে বহু কথা। পোষ্টটোক লৈ সম্প্ৰতি চৰ্চা হৈছে সামাজিক মাধ্যমত। কিন্তু পোষ্টটোত গৌৰৱে লিখিছে কি? আছে কি পোষ্টটোত? এলিজাবেথক কৃতজ্ঞতা জনাই অনুভৱ ব্যক্ত গৌৰৱৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ...

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত...