গুৱাহাটীত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে এজনক

মহানগৰীত তীব্ৰেবেগী ডাম্পাৰৰ দৌৰাত্ম্য। ডাম্পাৰৰ খুন্দাত পুনৰ ঘুনীয়া হ’ল এজন। নিশা গুৱাহাটীৰ GS ৰোডত দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে এজনক। আহত লোকজনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ। ডাম্পাৰখনে ভাঙি চূৰমাৰ কৰিলে ৰাস্তাৰ কাষত থকা আন তিনিখনকৈ বাহন। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS25CC6856। ডাম্পাৰৰ চালকে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...