পত্নী-কন্যাক ঘৰৰ ভিতৰত সুমুৱাই জ্ব*লাই দিলে ঘৰ

পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি ৰূপহীহাটৰ লাওঁখোৱাত। পত্নী-কন্যাক ঘৰৰ ভিতৰত সুমুৱাই জ্বলাই দিলে ঘৰ। পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত কৰিলে লাওঁখোৱা তিনিআলিৰ হেমন্ত বৰাই। কথমপি প্ৰাণৰক্ষা পৰে পত্নী-কন্যাৰ। বৰ্তমানেও জুই নিৰ্বাপনৰ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...