তিনিবছৰ পূৰ্বেই ম্যাদ উকলা চেলাইন দিলে ৰোগীক, হাহাকাৰ লাগিল পৰিয়ালৰ মাজত

ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাভূত-নাশ্ৰুত কাণ্ড। তিনিবছৰ পূৰ্বে ম্যাদ উকলা চেলাইন প্ৰদান কৰিলে ৰোগীক। ১ঘণ্টা ৩০মিনিট সময় ৰোগীৰ শৰীৰত প্ৰদান ম্যাদ উকলা চেলাইন। ৰোগীৰ আত্মীয়ই পোহৰলৈ আনিলে ম্যাদ উকলা চেলাইন প্ৰদানৰ ঘটনা। ম্যাদ উকলা চেলাইন প্ৰদানক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসালয়খনত উপস্থিত আৰক্ষীৰ দল। চিকিৎসালয়খনত উপস্থিত যুটীয়া স্বাস্থ্য সঞ্চালক, দণ্ডাধীশ। ঘটনাৰ উচিত তদন্ত বিচাৰিছে ৰোগীৰ আত্মীয়ই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...