১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া ফ্ৰান্স ভ্ৰমণসূচী প্ৰধানমন্ত্ৰী মোদীৰ

১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া ফ্ৰান্স ভ্ৰমণসূচী প্ৰধানমন্ত্ৰী মোদীৰ। AI একচন ছামিটত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। এই ভ্ৰমণকালত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ স’তেও মিলিত হ’ব বৈঠকত। ১১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব AI একচন ছামিট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...