শক্তিপীঠ কামাখ্যাত ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেন

শক্তিপীঠ কামাখ্যাত ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেন। মা কামাখ্যাৰ আশিস ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

পত্নীৰ সৈতে মাৰ শ্ৰীচৰণত পূজা-অৰ্চনা। শুকুৰবাৰে আছিল মুখ্যমন্ত্রীগৰাকীৰ বিবাহ বাৰ্ষিকী। প্ৰতিবছৰে বিবাহ বাৰ্ষিকীত পত্নীসহ কামাখ্যালৈ হেমন্ত চোৰেন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাতৃয়ে জন্মদিনত উপহাৰ দিলে বন্দুক; সেই বন্দুকেৰে বিদ্যালয়ত গুলীচালনা কৰি ৪ জনক হত্যা ১৬ বছৰীয়া পুত্ৰৰ

আমেৰিকাৰ অৰেগন ৰাজ্যৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাক...

ভাৰত-ইউএইৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য, বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰীৰ

‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে...