নিৰ্বাচনত পৰাজয়ৰ পিছত কি ক’লে অৰবিন্দ কেজৰিৱালে?

দিল্লীত চৰকাৰ গঠন কৰাত বিফল আম আদমী পাৰ্টী। প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়াৰ পৰাজয়। ২৩ খন আসনতে সীমাবদ্ধ তিনিবাৰকৈ চৰকাৰ গঠন কৰা আপ। নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰবিন্দ কেজৰিৱালে। এক ভিডিঅ’ বাৰ্তাযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কেজৰিৱালে। তেওঁ কয় যে, ‘জনতাৰ সিদ্ধান্তক আমি আদৰণি জনাইছো। যোৱা ১০বছৰে আমি শিক্ষা, স্বাস্থ্যকে ধৰি আন আন ক্ষেত্ৰত বিভিন্ন কাম কৰিলো। আহিবলগা সময়ত আমি সুখে-দুখে জনতাৰ কাষত থাকিম। মই আপৰ সকলো কৰ্মকৰ্তাক শুভেচ্ছা জনাইছো। তেওঁলোকে এই নিৰ্বাচনৰ সময়ত বহু সহ্য কৰিবলগা হ’ল…’ আনফালে বিজেপিকো অভিনন্দন জনালে অৰবিন্দ কেজৰিৱালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...