লামডিং ৰে’ল জংচনৰ পৰা নিৰুদ্দেশ ১৩ বছৰীয়া কিশোৰ। নিৰুদ্দিষ্ট কিশোৰটি খাঙাৰগাঁও ৩নং ৱাৰ্ডৰ বাসিন্দা ভান্স পল। যোৱা ২৫ জানুৱাৰীত জংচনৰ পৰা নিখোজ হয় কিশোৰটি। পাচলি বিক্ৰীৰ বাবে লামডিঙৰ পৰা ডিমাপুৰলৈ ৰে’লত গৈছিল কিশোৰটি। তেতিয়াৰ পৰাই বৰ্তমান পর্যন্ত কোনো শুংসূত্ৰ নাই ভান্স পলৰ। কিশোৰজনৰ কোনো সন্ধান পালে 7099318642 -9634607063 নম্বৰত যোগাযোগ কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ।