দক্ষিণ কামৰূপৰ বৰকুছিত তীব্ৰবেগী বাছৰ খুন্দাত নিহত যুৱক

কথা আছিল এখন সুখৰ সংসাৰ কৰাৰ! কথা আছিল বিবাহপাশত আবদ্ধ হোৱাৰ! দেখিছিল এক হোৱাৰ অজস্ৰ সপোন… কিন্তু সেই সপোনবোৰ এতিয়া আৰু দিঠক নহয়। তীব্ৰবেগী বাছে থান-বান কৰি পেলালে সকলো।

দক্ষিণ কামৰূপৰ বৰকুছিত শোকাৱহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী তীব্ৰবেগী বাছৰ খুন্দাত থিতাতে নিহত এজন চাইকেল আৰোহী। নিহত চাইকেল আৰোহী নয়ন শৰ্মা নামৰ যুৱকজন। উল্লেখ্য যে এমাহৰ পিছতেই বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল যুৱকজন। কিন্তু এটা দুৰ্ঘটনাই যেন কাল হৈ আহিল নয়নৰ বাবে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...