অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ DGPৰ বিশেষ বঁটা

আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ বঁটা ঘোষণা। অসম আৰক্ষীৰ ৯ গৰাকী বিষয়ালৈ DGPৰ বঁটা। ২০২৪ বৰ্ষত অপৰাধৰ তদন্তৰ পাৰদৰ্শিতা দেখুওৱাৰ বাবে এই বঁটা। কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰলৈ বঁটা। ডিব্ৰুগড়ৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিজল আগৰৱালালৈ বঁটা। বাক্সাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ চৌধুৰীলৈ বঁটা। ডিমা হাছাওৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদলৈ বঁটা। শ্ৰীভূমিৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ চৌধুৰীলৈ বঁটা। মাজুলীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়ালৈ বঁটা। মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যলৈ বঁটা। CIDৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাসলৈ বঁটা। তিতাবৰৰ SDPO তৰুণ গোৱেললৈ বঁটা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...