মহাকুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু অসমৰ এজনৰ

মহাকুম্ভ মেলাৰ পদপিষ্টৰ ঘটনাত নিহত অসমৰ ভক্ত। হাইলাকান্দিৰ পৰা মহাকুম্ভ মেলালৈ গৈছিল লোকজন। আহত লোকজনৰ নাম নিতিৰঞ্জন পাল। সংকটজনক অৱস্থাত চিকিৎসালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল লোকজনক।অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় নিতিৰঞ্জন পালৰ। নিতিৰঞ্জন পাল হাইলাকান্দিৰ এজন ব্যৱসায়ী। মৌনি অমাৱশ্যাত স্নান কৰিবলৈ গৈ নিহত ১০ গৰাকী ভক্ত। ভক্তৰ মাজত হোৱা ঠেলা-হেঁচাত পদপিষ্ট ৩০ৰো অধিক লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...