মহাকুম্ভমেলাত পদপিষ্ট হৈ আহত অসমৰ এজন লোক

মহাকুম্ভ মেলাৰ পদপিষ্টৰ ঘটনাত আহত অসমৰ ভক্ত
হাইলাকান্দিৰ পৰা মহাকুম্ভ মেলালৈ গৈছিল লোকজন
আহত লোকজনৰ নাম নিতিৰঞ্জন পাল
মৌনি অমাৱশ্যাত স্নান কৰিবলৈ গৈ নিহত ১০ গৰাকী ভক্ত
ভক্তৰ মাজত হোৱা ঠেলা-হেঁচাত পদপিষ্ট ৩০ৰো অধিক লোক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...