চলি আছিল বনভোজ, কিন্তু হঠাৎ আলহী হৈ আহিল গজৰাজ

চলি আছিল বনভোজ। মাছে-মাংসই এসাজ খাবলৈ সাজু হৈছিল সকলো। ছেলফী তোলাই আকৌ ছেলফী তুলি আছিল নৈসৰ্গিক পৰিৱেশত। কিন্তু তেনেতে ঘটিল এক অনাকাংক্ষিত ঘটনা। পাহাৰৰ পৰা নামি আহিল এটা প্ৰকাণ্ড গজৰাজ। লাগিল হাহাকাৰ, গজৰাজক দেখি পলাবলৈ ল’লে একাংশই। কোনোবাই চিঞৰিলে, ‘পলা ঐ পলা…’। অৱশ্যে একো ক্ষতি নকৰাকৈয়ে আঁতৰি যায় গজৰাজ। অসম-অৰুণাচল সীমান্তৰ দেওমালিত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈছে ভিডিঅ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বকাপৰ মাজতে পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যু! নেদাৰলেণ্ডৰ ক’ডি গাকপোৱে শোকৰ মাজতে খেলিছে বিশ্বকাপ ফুটবল

বিশ্বকাপৰ মাজভাগত দুঃখবৰ। পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যুৰ শোকৰ সৈতে...

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...