মহাকুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু অসমৰ এজনৰ

মহাকুম্ভ মেলাৰ পদপিষ্টৰ ঘটনাত নিহত অসমৰ ভক্ত। হাইলাকান্দিৰ পৰা মহাকুম্ভ মেলালৈ গৈছিল লোকজন। আহত লোকজনৰ নাম নিতিৰঞ্জন পাল। সংকটজনক অৱস্থাত চিকিৎসালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল লোকজনক।অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় নিতিৰঞ্জন পালৰ। নিতিৰঞ্জন পাল হাইলাকান্দিৰ এজন ব্যৱসায়ী। মৌনি অমাৱশ্যাত স্নান কৰিবলৈ গৈ নিহত ১০ গৰাকী ভক্ত। ভক্তৰ মাজত হোৱা ঠেলা-হেঁচাত পদপিষ্ট ৩০ৰো অধিক লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বকাপৰ মাজতে পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যু! নেদাৰলেণ্ডৰ ক’ডি গাকপোৱে শোকৰ মাজতে খেলিছে বিশ্বকাপ ফুটবল

বিশ্বকাপৰ মাজভাগত দুঃখবৰ। পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যুৰ শোকৰ সৈতে...

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...