পিষ্টল দেখুৱাই এটা পেট্ৰ’ল ডিপোৰ পৰা লৈ গ’ল লক্ষাধিক টকা

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। পিষ্টল দেখুৱাই এটা পেট্ৰ’ল ডিপোৰ পৰা লৈ গ’ল লক্ষাধিক টকা। সোমবাৰে তিনিচুকীয়াৰ পেঙেৰী চাৰিআলিৰ পেট্ৰ’ল ডিপোত সংঘটিত হ’ল ডকাইতি কাণ্ড। এখন ক’লা ৰঙৰ নম্বৰপ্লেটবিহীন বাহনত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দলটো। ঘটনাস্থলীত নিশাই পেঙেৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বিনন্দ সোণোৱাল নামৰ মালিকাধীন পেট্ৰ’ল পাম্পত সংঘটিত হৈছে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...