আহি আছে বৰষুণ, ২৭ জানুৱাৰীলৈ কুঁৱলীয়ে ঢাকি ধৰিব আকাশ

ৰাজ্যত ঠাণ্ডাৰ সমান্তৰালভাৱে আহিব পাৰে বৰষুণ। পূব বাংলাদেশৰ ফালে সাগৰ পৃষ্ঠৰ পৰা ১.৫ কি.মি. ওপৰত সৃষ্টি হোৱা বতাহৰ ফলত ৰাজ্যত ঠাণ্ডাৰ ব্যাপক প্ৰভাৱ পৰিব। অসমৰ লগতে অৰুণাচলৰ কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। মেঘালয়কে ধৰি পাহাৰীয়া অঞ্চলত তুষাৰপাত হোৱাৰো সম্ভাৱনা আছে। আগন্তুক ৪ দিনলৈ ৰাজ্যত কুঁৱলীয়ে ঢাকি থোৱাৰো সম্ভাৱনা আছে। এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা ২৫° আৰু সৰ্বনিম্ন ১৪°লৈ নামিব তাপমাত্ৰা পাৰে।


২৭ জানুৱাৰীলৈ মেঘাচ্চন্ন হৈ থাকিব আকাশ। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...