গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

সমাগত গণৰাজ্য দিৱস । কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?


দৰঙত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
শিৱসাগৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই।
বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই।
চিৰাঙত উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত চন্দ্ৰমোহন পাটোৱাৰী।
ধেমাজিত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণোজ পেগুৱে।
নগাঁৱত মন্ত্ৰী অশোক সিংঘল, মাহমৰা সম জিলাত মন্ত্ৰী যোগেন মহন।
গোলাঘাটত অজন্তা নেওগ, শোণিতপুৰত পীযূষ হাজৰিকা।
যোৰহাটত বিমল বৰা, নলবাৰীত জয়ন্তমল্ল বৰুৱা।
বৰপেটাত নন্দিতা গাৰ্লোচা, তিনিচুকীয়াত প্ৰশান্ত ফুকন ।
কাছাৰত কৌশিক ৰায়, শ্ৰীভূমিত কৃষ্ণেন্দু পাল।
লখিমপুৰত ৰূপেশ গোৱালা, কোকৰাঝাৰত প্ৰমোদ বড়ো।
ডিফুত তুলিৰাম ৰংহাং, হাফলঙত দেৱলাল গাৰ্লোচা।


ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী।
গোৱালপাৰাত নোমল মমিনে কৰিব পতাকা উত্তোলন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...