গ্ৰেপ্তাৰ হ’ল শুকুৰ আলী

অৱশেষত গ্ৰেপ্তাৰ হ’ল পত্নীক হত্যাত অভিযুক্ত শুকুৰ আলী। গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি ডেকাই গ্ৰেপ্তাৰ কৰে শুকুৰ আলীক। উল্লেখ্য যে শুকুৰ আলীয়ে নিজ গৃহতেই ঘপিয়াই হত্যা কৰিছিল পত্নীক। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আলিকাষ গাঁৱত সংঘটিত হৈছিল এই ঘটনা। ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল পৰিয়ালৰ লগতে স্বামীয়ে। শুকুৰবাৰে উত্তেজিত ৰাইজে ভাগি লণ্ডভণ্ড কৰিছিল শুকুৰ আলীৰ বাসগৃহ। তাৰ পিছতেই শুকুৰ আলীক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।

Popular

More like this
Related

চলন্ত ৰে’লত লাগিল জুই, পুনৰ ভাৰতীয় ৰে’লত ভয়ংকৰ ঘটনা

বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত অগ্নিকাণ্ড। নিশা কাছাৰৰ বিহাৰা ষ্টেচনত ৰে’লখনত অগ্নিকাণ্ড।...

ডায়েট ডিব্ৰুগড় আৰু পানীটোলা শিক্ষা খণ্ডৰ মাজত বন্ধুত্বমূলক ক্ৰিকেট খেল অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)...

বৃদ্ধা মাতৃক বন্ধ কোঠাত সোমোৱাই শহুৰ-শাহুৰ, পত্নীৰ সৈতে মহাকুম্ভলৈ পাপ মোচন কৰিবলৈ গ’ল পুত্ৰ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভমেলা। পাপ মোচন কৰিবলৈ...

গুৱাহাটীত অস্মিতা বেডমিণ্টন প্ৰতিযোগিতা

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...