ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ১ এপ্ৰিলৰ পৰা নগদবিহীন হ’ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। ১ম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ চিকিত্সা মহাবিদ্যালয়সমূহত উপলব্ধ হ’ব এই সেৱা। ফিক্সড পে’, মাষ্টাৰৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰভাড়া, বানচ। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ। ২০০৫ৰ NPS বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰাসকলেও লাভ কৰিব OPSৰ সুবিধা। যি সমূহ পদৰ নিযুক্তি অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসকল লোকে লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত বৈঠকৰ পাছত এই কথা জনালে পৰিষদৰ নেতৃত্বই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...