বিদেশী বিনিয়োগ বিচাৰি বিহুৰ পিছতে বিদেশলৈ যাব মুখ্যমন্ত্ৰী

বিদেশী বিনিয়োগ বিচাৰি বিহুৰ পিছতে বিদেশলৈ যাব মুখ্যমন্ত্ৰী। দুটা পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰিব দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ। প্ৰথম পৰ্যায়ত সাতদিনীয়া ভ্ৰমণসূচীৰে যাব দক্ষিণ কোৰিয়া, জাপানলৈ। ১৯-২৫ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰিব দক্ষিণ কোৰিয়া, জাপান। বিদেশ ৰাষ্ট্ৰ দুখনত এডভাণ্টেজ আছাম-২ৰ ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰী। ১০-১৩ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাব ছিংগাপুৰলৈ। ছিংগাপুৰতো এডভাণ্টেজ আছাম-২ৰ ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ পূৰ্বে বিদেশ ভ্ৰমণলৈ যাব কেইবাজনো মন্ত্ৰী। ইতিমধ্যে থাইলেণ্ডত এডভাণ্টেজ আছাম-২ৰ ৰোড শ্ব’ত অংশ মন্ত্ৰী কেশৱ মহন্তৰ। থাইলেণ্ড চৰকাৰৰ মন্ত্ৰী–বিষয়াৰ সৈতেও বৈঠকত মিলিত মন্ত্ৰী কেশৱ মহন্ত। ফ্ৰান্স, ডুবাই, ইংলেণ্ড ভ্ৰমণ কৰিব উদ্যোগ মন্ত্ৰী বিমল বৰাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...