অসমত প্ৰথমজন HMPVত আক্ৰান্ত চিনাক্ত

অসমত প্ৰথমজন HMPVত আক্ৰান্ত চিনাক্ত। ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছে HMPV। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিত্সা গৱেষণা কেন্দ্ৰত ধৰা পৰিছে HMPV। আক্ৰান্ত শিশুটিক AMCHত ভৰ্তি। নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে HMPVৰ অৱস্থিতি। শিশুটিক আছুতীয়াকৈ ৰাখি কৰা হৈছে উন্নত চিকিৎসা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...