২৬ বছৰতে শেষ হৈ গ’ল জীৱন, কিয় নিজকে শেষ কৰি পেলালে পৃথিৱীয়ে?

নিজকে শেষ কৰি পেলালে। খাকী পোচাকধাৰীয়ে বিচাৰি নাপালে জীয়াই থকাৰ সাৰ্থকতা।

সোণাৰিত আৰক্ষীয়ে ল’লে চৰম পন্থা। সোণাৰিৰ ভাড়া ঘৰত মৃত অৱস্থাত পোৱা গ’ল কনিষ্টবলজনক। আৰক্ষী কনিষ্টবল পৃথিৱী পাণ্ডৱৰ আকস্মিক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য।

পৃথিৱী পাণ্ডৱৰ ঘৰৰ শিৱসাগৰ জিলাৰ ডিমৌত। মৃত পৃথিৱী পাণ্ডৱৰ বয়স ২৬ বছৰ।নিজকে শেষ কৰি পেলোৱাৰ কাৰণৰ অনুসন্ধান কৰি আছে আৰক্ষীয়ে। পৃথিৱী পাণ্ডৱৰ মৃত্যুক সতীৰ্থসকল হতচকিত হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...