ভেটাপাৰাত মহিলাক আক্ৰমণ কৰা যুৱকক এনকাউণ্টাৰ

ভেটাপাৰাত মহিলাক আক্ৰমণকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ। এনকাউণ্টাৰত গুলীবিদ্ধ অভিযুক্ত আজুল হক। আৰক্ষীৰ বেহু ফালি পলাবলৈ লওতেই এনকাউণ্টাৰ। বাওঁভৰিত গুলী লাগিছে অভিযুক্ত আজুল হকৰ। সম্প্ৰতি GMCHত চিকিৎসাধীন আজুল হক। ভেটাপাৰাৰ গল্ডেন পথত এগৰাকী মহিলাক কৰিছিল আক্ৰমণ। GMCHতে চিকিত্সাধীন হৈ আছে আহত মহিলাগৰাকীও। পূৰ্বে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত জে’ললৈও গৈছিল আজুল হক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...