ভাৰতত HMPV সংক্ৰমণ

এক ভয়ংকৰ খবৰ। এইবাৰ ভাৰতত HMPV সংক্ৰমণ। বেংগালুৰুত প্ৰথমটো HMPV সংক্ৰমণৰ ঘটনা। ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV। বৰ্তমান শিশুটি বেংগালুৰুৰ এখন হাস্পতালত চিকিৎসাধীন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক...

প্ৰচণ্ড গৰমৰ পৰা সকাহ, মহানগৰীৰ প্ৰান্তে প্ৰান্তে বৰষুণ….

প্ৰচণ্ড গৰম, ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি...

ডুবাইৰ দুৰ্ঘটনাত ৯জনকৈ লোকৰ মৃত্যু, নিহতসকলৰ ভিতৰত আছে কেইবাজনো ভাৰতীয়

ডুবাইৰ এমিৰেটছ ৰোডত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা।...