দুৰ্বৃত্তই ছুৰিকাঘাত কৰা মৌচুমী গগৈৰ মৃত্যু

দুৰ্বৃত্তই ছুৰিকাঘাত কৰা মৌচুমী গগৈৰ মৃত্যু। লাষ্টগেটৰ নাহৰণি পথত ছুৰিকাঘাত কৰিছিল মৌচুমীক। যুৱতীক ছুৰিকাঘাত কৰি পলায়ন কৰিছিল দুৰ্বৃত্তই। এখন ছুইফট ডিজায়াৰত অহা দুৰ্বৃত্তই সংঘটি কৰিলে এই কাণ্ড। ৰেপিড’ৰ বাবে ৰৈ আছিল যুৱতীগৰাকী। GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে যুৱতীগৰাকীয়ে। মৃত যুৱতীগৰাকীৰ ঘৰ ডিব্ৰুগড়ত ঘৰ বুলি জানিব পৰা গৈছে।

এই ঘটনাই উত্থাপন কৰিছে বহু প্ৰশ্নৰ। কেনেকৈ গুৱাহাটীৰ হাই ছিকিউৰিটি জ’নত সংঘটিত হ’ল এনে ঘটনা? সুৰুঙা আছে নেকি সুৰক্ষা ব্যৱস্থাত?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...