প্ৰেম-বিচ্ছেদৰ বাবেই সংঘটিত হ’ল নগাঁৱৰ গড়াজানৰ হত্যাকাণ্ড

নগাঁৱৰ গড়াজানৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক অমল সৰকাৰক গ্ৰেপ্তাৰ। অমলক গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে ন ন তথ্য। প্ৰেম-বিচ্ছেদৰ বাবেই সংঘটিত হ’ল নগাঁৱৰ গড়াজানৰ হত্যাকাণ্ড! অনুপম সূত্ৰধৰক হত্যা কৰিছিল অমল সৰকাৰে। প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰে হত্যা কৰিছিল গুণধৰ সৰকাৰৰ পৰিয়ালৰ ৩ সদস্যক। গুণধৰ সৰকাৰ, পত্নী-সৰু জীয়ৰীক হত্যা কৰিছিল অনুপম সূত্ৰধৰে। চিঞৰ-বাখৰ শুনা পাই ঘটনাস্থলীলৈ গৈছিল গুণধৰ সৰকাৰৰ ভতিজাক অমল ওৰফে বাবুল সৰকাৰ। পৰৱৰ্তী সময়ত একেখন দাৰেই অমল সৰকাৰে হত্যা কৰিছিল অনুপম সূত্ৰধৰক। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে ৰুজু কৰিছে দুটা গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...