কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি?

কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? চলি আছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা। শেহতীয়া স্থিতিত কমলা হেৰিছতকৈ আগবাঢ়িছে ড’নাল্ড ট্ৰাম্প। ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ চমকপ্ৰদ অগ্ৰগতি দেখা গৈছে। ভোটগণনাত প্ৰায় ৫৩ শতাংশ ভোট লাভ কৰিছে ট্ৰাম্পে। ট্ৰাম্পে ২৪৭খন আসনত অগ্ৰগতি লাভ কৰিছে। কমলা হেৰিছে ২১৪খন আসনত অগ্ৰগতি লাভ কৰিছে। ভোটগণনাৰ লগতে চলি থকা সমীক্ষাত ৯৫ শতাংশ জয়ৰ সম্ভাৱনা ট্ৰাম্পৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...