খিৰিকী ভাঙি চূড়মাৰ, চলন্ত ৰে’লত এয়া কি কৰিলে?

চলন্ত ৰে’ললৈ লক্ষ্য কৰি গুলীচালনা। গুলীৰ আঘাতত ভাগিল নিৰাপত্তাৰক্ষীৰ দবাৰ খিৰিকী। মঙলবাৰে ওড়িশাৰ নাগাদভদ্ৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা। ৰে’ললৈ লক্ষ্য কৰি গুলীচালনা কৰাক লৈ তীব্ৰ আতংক। নাগাদভদ্ৰ ৰে’ল ষ্টেচনৰ পৰা পুৰী অভিমুখী আছিল ৰে’লখন। নন্দনকানুন এক্সপ্ৰেছক লক্ষ্য কৰি দুৰ্বৃত্তই চলাইছিল গুলী। ঘটনাৰ পিছতে ৰে’ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ৰে’লখনৰ গাৰ্ডে প্ৰকাশ কৰা মতে এজন লোকে চলাইছিল গুলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...