বক্সাৰ ইমানে খেলিফ পুৰুষ নে মহিলা? শেহতীয়া তথ্যই হতচকিত কৰিব আপোনাকো

পেৰিছ অলিম্পিকৰ স্বৰ্ণজয়ী বক্সাৰ ইমানে খেলিফ প্ৰকৃততে এজন পুৰুষ। শেহতীয়াকৈ প্ৰকাশ পোৱা মেডিকেল ৰিপ’ৰ্টত চাঞ্চল্যকৰ তথ্য। আলজেৰিয়ান এথলিট মেডিকেল ৰিপ’ৰ্টত এই তথ্য প্ৰকাশ। ইমানে খেলিফৰ শৰীৰত ধৰা পৰিছে পুৰুষৰ ক্ৰ’মজম। পেৰিছ অলিম্পিকৰ মহিলাৰ ৬৬কেজি শাখাত স্বৰ্ণ জয় কৰিছিল ইমানে খেলিফে। আলজেৰিয়ান বক্সাৰগৰাকীক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল পেৰিছ অলিম্পিকত। ইটালীৰ প্ৰতিদ্বন্দ্বীগৰাকীয়ে বক্সিং ৰিঙতে সাব্যস্ত কৰিছিল প্ৰতিবাদ। সমান্তৰালকৈ বহুকেইগৰাকী বক্সাৰে ইমানে খেলিফক লৈ আপত্তি দৰ্শাইছিল। বক্সাৰৰ আপত্তি গ্ৰাহ্য নকৰি অলিম্পিক কৰ্তৃপক্ষই খেলিবলৈ দিছিল ইমানেক। এই বিতৰ্কৰ কেই‍বামাহৰ পিছত অৱশেষত ধৰা পৰিল প্ৰকৃত সত্য। ইমানে খেলিফৰ স্বৰ্ণ পদক এতিয়া উভতাই লোৱাৰ সম্ভাৱনা। ক্ৰীড়াজগতৰ পৰাও নিষিদ্ধ হোৱাৰ সম্ভাৱনা খেলিফ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...