ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৫ জনকৈ লোকে

উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ সংঘৰ্ষত মৃত্যুক সাৱটি ল’লে ১৫জনকৈ লোকে। ভয়াৱহ দুৰ্ঘটনাটোত আহত হয় ১৬ জন লোক। এখন বাছৰ খুন্দা অভাৰলোডেড পিক আপ ভানত। পিক আপ ভানখনত আছিল ৩০-৩২ জনকৈ লোক। চিকিৎসালয়ত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ উত্তৰপ্ৰদেশ চৰকাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...