মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা

মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। ৫ শিক্ষাৰ্থীক এফালৰ পৰা আক্ৰমণ এজন ছাত্ৰৰ। তেজেৰে ৰাঙলী হ’ল বিদ্যালয়ৰ শ্ৰেণীকোঠা। গড়চুকৰ SBOA পাব্লিক স্কুলত সংঘটিত এই ঘটনা হাতত ভঙা আইনাৰ টুকুৰা লৈ আক্ৰমণ সহপাঠীক। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৫ জনকৈ ছাত্ৰ। বিজ্ঞান বিষয়ৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে অনা আইনাৰ টুকুৰাৰে আক্ৰমণ। সমগ্ৰ বিষয়টো গাপ দি ৰাখিবলৈ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। বিদ্যালয়খনত সম্পূৰ্ণৰূপে অনুশাসন ভংগৰ অভিযোগ অভিভাৱকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...