কেজৰিৱালৰ জামিন আবেদনৰ ৰায়ত স্থগিতাদেশ

উচ্চতম ন্যায়ালয়ত শুনানিৰ পিছতো ৰেহাই নাপালে কেজৰিৱালে
কেজৰিৱালৰ জামিন আবেদনৰ ৰায়ত স্থগিতাদেশ
জামিন সন্দৰ্ভত ৯ মে’ত সিদ্ধান্ত দিব উচ্চতম ন্যায়ালয়ে
অন্তৱৰ্তী জামিন পালেও চৰকাৰী কাম-কাজত হাত দিব নোৱাৰিব কেজৰিৱালে
শুনানিৰ পিছতে স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে
কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি ৰাউছ এভিনিউ আদালতৰ
২০ মে’লৈ বৃদ্ধি কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ
আবকাৰী কেলেংকাৰি গোচৰত ২১ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...