প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত কাইলৈ বাণিজ্যিক বাহন নিষিদ্ধ
ডি জি ৰোড, এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোডত নিষেধাজ্ঞা
আবেলি ৩ বজাৰ পৰা ১০ বজালৈ চলিব নোৱাৰিব বাণিজ্যিক বাহন
ধীৰ গতিৰ বাহন, ঠেলা গাড়ীও নিষিদ্ধ এই সময়ছোৱাত
বিমানবন্দৰৰ পৰা খানাপাৰালৈ চলা চিটী বাছ হ’ব নিয়ন্ত্ৰিত
ABC পইণ্টৰ পৰা বিধানসভাৰ ৰ’টাৰীলৈ ৪ বজাৰ পৰা মুকলি থাকিব এটা লে’ন
আনটো লে’নেৰে পাৰ কৰা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়
এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ আদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব
বৰঝাৰৰ পৰা গুৱাহাটীৰ মাজেদি খানাপাৰালৈ বাহনৰ যাতায়াত হ’ব নিয়ন্ত্ৰিত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...